Talk:ৱিকিপেডিয়া:নতুন প্ৰবন্ধৰ বাবে অনুৰোধ
From Wikipedia
অলিম্পিকত ভাৰতৰ পাৰদৰ্শিতা
- নৰমান প্ৰিটচাৰ্ড, পেৰিছ, 1900 চন, 200 মিটাৰ দৌৰত ৰূপৰ পদক আৰু 200 মিটাৰ হাৰ্ডলছত ৰূপৰ পদক
- আমষ্টাৰডাম, 1928 চন, হকীত সোণৰ পদক
- লছ এঞ্জেলছ, 1932 চন, হকীত সোণৰ পদক
- বাৰ্লিন, 1948 চন, হকীত সোণৰ পদক
- লণ্ডন, 1948 চন, হকীত সোণৰ পদক
- হেলছিংকি, 1952 চন, মল্লযুদ্ধত ব্ৰঞ্জৰ পদক (কে ডি যাদৱ)
- হেলছিংকি, 1952 চন, হকীত সোণৰ পদক
- মেলবৰ্ণ, 1956 চন, হকীত সোণৰ পদক
- ৰোম, 1960 চন, হকীত ৰূপৰ পদক
- টকিঅ', 1964 চন, হকীত সোণৰ পদক
- মেক্সিকো, 1968 চন, হকীত ব্ৰঞ্জৰ পদক
- মিউনিক, 1972 চন, হকীত ব্ৰঞ্জৰ পদক
- মস্কো, 1980 চন, হকীত সোণৰ পদক
- আটলাণ্টা, 1996 চন, টেনিছত ব্ৰঞ্জৰ পদক (লিয়েণ্ডাৰ পেজ)
- ছিডনী, 2000 চন, ভাৰোত্তলনত ব্ৰঞ্জৰ পদক (কাৰ্ণম মালেশ্বৰী)
- এথেন্স, 2004 চন, শ্বুটিঙত ৰূপৰ পদক (ৰাজ্যৱৰ্দ্ধন সিং ৰাথোড়)